top of page
Search

শিক্ষকে ছাত্ৰ ছাত্ৰীক কেৱল শিক্ষা প্ৰদান নকৰে , শিক্ষকে দেশৰ ভৱিষ্যত সবল আৰু স্থিৰ কৰি ৰাখে।

Writer: DA Network Asom
DA Network Asom
Sep 5, 2023
1 min read





এটা শক্তিশালী দেশৰ মূল মুৰব্বী হৈছে এজন শিক্ষক।

মানৱ সম্পদ উন্নয়নত অৱদান কেৱল শিক্ষকৰ।

সুস্থ সমাজৰ Blueprint এজন শিক্ষকে তয়াৰ কৰে।

সেইবাবে আজি এই বিশেষ দিনটোত আমি সকলো শিক্ষাগুৰু সকলক তেখেতসকলৰ অৱদান ৰ সমূহ শোৱৰি, আমি কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছো।



মহচিন হাজৰিকা

সাধাৰণ সম্পাদক

ইণ্ডিয়ান ষ্টুডেন্ট অৰ্গেনাইজেচন

 
 
 

Comments


Post: Blog2_Post
bottom of page